AITC Assam (@AITC4Assam) header
AITC Assam (@AITC4Assam) profile picture

The official Twitter handle for AITC Assam | FB: https://xitter.gq/t.co/yayZHiXxXa | Email: [email protected]

Assam, India
Joined June 2021
Photo by AITC Assam (@AITC4Assam)Photo by AITC Assam (@AITC4Assam)Photo by AITC Assam (@AITC4Assam)Photo by AITC Assam (@AITC4Assam)Photo by AITC Assam (@AITC4Assam)Photo by AITC Assam (@AITC4Assam)Photo by AITC Assam (@AITC4Assam)Photo by AITC Assam (@AITC4Assam)Photo by AITC Assam (@AITC4Assam)Photo by AITC Assam (@AITC4Assam)
বিশেষ পৰিস্থিতিত বিশেষকৈ আমাৰ কৰ্মী-সমৰ্থকসকলৰ অনুৰোধ মৰ্মে আমি প্ৰথমবাৰৰ বাবে মন্দিয়া সমষ্টিৰ বি বি মহাবিদ্যালয়, লাংলাৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অসম তৃণমূল কংগ্ৰেছৰ ফালৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত হৈছিলোঁ। সুখৰ বিষয় এয়ে যে উক্ত মহাবিদ্যালয়ত যোৱাকালি অনুষ্ঠিত হৈ যোৱা ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ১২ টা পদৰ বিপৰীতে ১১ টা পদতে আমাৰ দলীয় প্ৰাৰ্থী বিজয়ী হ'ল। বিজয়ী সকলো প্ৰাৰ্থীকে আমি দলীয় উষ্ণ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ যিসকল কৰ্মী-সমৰ্থকে এই নিৰ্বাচনত দিনে-নিশাই কষ্ট কৰি এই বিজয় সাব্যস্ত কৰিছে তেওঁলোকক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে সৰ্বসাধাৰণ ৰাইজে আমাৰ প্ৰতি মৰম আৰু আস্থা অটুট ৰখাৰ বাবে তেওঁলোককো আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
3
10
1
88
2,424
All India Trinamool Congress, under the guidance and inspiration of our Hon’ble Chairperson Smt @MamataOfficial, is pleased to announce the candidate for the upcoming bye-election in Nagaon PC. Wishing Shri Adbul Salam the very best as he embarks on this journey of service, commitment and public welfare.
15
67
6
321
36,875
Assam is battling devastating floods. This isn’t the time for slogans or photo ops, it’s the time for action. Where are the Swayam Sevaks? Where are the relief efforts, where is the support, and where is the accountability? During elections, they’re everywhere - delivering speeches, making promises, and claiming to serve people. But when Assam is drowning and families are struggling, where are they now? Service isn’t measured during campaigns; it’s measured when people need you the most. ASSAM DESERVES ACTION, NOT SILENCE. ASSAM NEEDS HELP, NOT POLITICS.
2
18
909
বিজেপি চৰকাৰৰ ‘অচ্ছে দিন’ৰ আচল স্বৰূপ! তিনি মাহত দুবাৰকৈ মুঠ ৮৯ টকা বাঢ়িল ঘৰুৱা চিলিণ্ডাৰৰ দাম। নিৰ্বাচনৰ আগত ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিয়া বিজেপিৰ শাসনত এতিয়া ৰন্ধন গেছ কিনিবলৈও সাধাৰণ ৰাইজে ঋণ ল’ব লাগিব নেকি? জনতাৰ তেজ শুহি খোৱা বিজেপিৰ এইয়া কেনেকুৱা উন্নয়ন?
5
24
660
বিজেপি চৰকাৰৰ শাসনত আজি সাধাৰণ জনতা দিশহাৰা। উন্নয়নৰ নামত কেৱল বৃদ্ধি পাইছে নিত্য-ব্যৱহাৰ্য সামগ্ৰীৰ দাম। এইয়াই নেকি তেওঁলোকে প্ৰতিশ্ৰুতি দিয়া 'অচ্ছে দিন'?
1
14
536
য’ত বিধায়ক আৰু আমোলাই উন্নয়নৰ ধন লুটি খাইছে, তাত সাধাৰণ ৰাইজৰ দুৰ্দশা কোনে বুজিব? এয়াই লুণ্ঠন আৰু কেলেংকাৰীৰে ভৰি পৰা এই বিজেপি শাসনৰ প্ৰকৃত স্বৰূপ!
1
34
676
শাসনৰ নামত কেৱল দুৰ্নীতি আৰু কেলেংকাৰী! ​বিজেপিৰ দিনত কেলেংকাৰীয়ে এতিয়া সীমা অতিক্ৰম কৰিছে। গণতন্ত্ৰৰ পবিত্ৰ স্থলী বিধানসভা সচিবালয়ৰ স্বচ্ছতাও আজি সুৰক্ষিত নহয়। ইয়াৰ পাছতো ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কয়? ধিক্কাৰ!
13
74
939
সমূহ অসমবাসী ৰাইজলৈ পবিত্ৰ ঈদৰ হিয়াভৰা ওলগ আৰু আন্তৰিক শুভেচ্ছা জনালোঁ! ​ত্যাগ, সংযম আৰু সম্প্ৰীতিৰ এই পবিত্ৰ উৎসৱে আমাৰ সাতামপুৰুষীয়া ঐক্য আৰু ভাতৃত্ববোধৰ এনাজৰীডাল অধিক সুদৃঢ় কৰি তোলক। এই পবিত্ৰ ক্ষণত প্ৰতিগৰাকী অসমবাসীৰ জীৱনলৈ সুখ, শান্তি, সমৃদ্ধি আৰু সুস্বাস্থ্য নামি আহক, তাৰেই কামনা কৰিলোঁ। ​ঈদ মোবাৰক!
5
7
85
925
অৰুণাচলত ৯০ টকা, মেঘালয়ত ৯৯ টকা, কিন্তু অসমত হ’লে ১০৫ টকা পাৰ হ’ল! উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্যৰ তুলনাতেই অসমৰ অৱস্থা পুতৌজনক। 'ডাবল ইঞ্জিন' চৰকাৰৰ এইয়া আচল 'বিকাশ' নে জনসাধাৰণক শোষণ কৰাৰ নতুন উপায়?
14
12
3
79
2,070
A proud moment for @AITC4Assam! Honorable MLA Mr. Sherman Ali Ahmed takes his oath in the Assam Legislative Assembly echoing the sounds of "Mamata Didi Zindabad!" ​Trinamool Congress Zindabad! Ma-Mati-Manush Zindabad!
26
58
5
451
17,459
From bread to electricity, and oil-gas to daily essential commodities, the skyrocketing price rise has now crippled the lives of the common man. On the other hand, the value of the Indian Rupee in the international market is continuously declining, breaking all-time records. ​The general public is helpless today, but instead of providing relief to the people, the BJP government is still deep in sleep.
3
7
39
1,146
আজি দলৰ মুখ্য কাৰ্যালয়ত মাননীয় সাংসদ সুস্মিতা দেৱ ডাঙৰীয়ানী, বিধায়ক শ্বেৰমান আলী আহমেদ ডাঙৰীয়া প্ৰমূখ্যে দলীয় শীৰ্ষ নেতৃবৃন্দ, জিলা সভাপতিসকল আৰু নিৰ্বাচনৰ প্ৰতিদ্বন্দিতা আগবঢ়োৱা দলীয় প্ৰাৰ্থীসকলৰ উপস্থিতিক আগন্তক দিনত দলৰ সাংগঠিনক কাৰ্য্যক্ৰমনিকা সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়।
9
16
139
4,589
সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত দলীয় বিজয়ী প্ৰাৰ্থী তথা মন্দিয়া সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ ডাঙৰীয়াক মাননীয় নেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱ ডাঙৰীয়ানী প্ৰমুখ্যে দলীয় শীৰ্ষ নেতৃবৃন্দৰ উপস্থিতিত সম্বৰ্ধনা তথা অভিনন্দন জনোৱা হয়। লগতে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা দলৰ প্ৰাৰ্থীসকলকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
1
11
96
1,601
We sincerely thank the people of Mandia, Barpeta, for placing their trust in our candidate, Sherman Ali Ahmed, and delivering a resounding victory. This mandate is a testament to the people’s confidence in our vision. We remain steadfast in our commitment to serve every citizen and work tirelessly for Assam’s progress.
35
78
3
704
57,975
Strengthening the organisation in Cachar, a joining programme was held under the initiative of @AITC4Assam Udharbond candidate Tapas Das, in the presence of Smt. @SushmitaDevAITC, District President Rajesh Deb and other leaders.
28
2,645
A massive show of strength at the public meeting of @AITC4Assam Mandia candidate Sherman Ali Ahmed, in the presence of Smt. @sayani06, Sr. Vice President Dulu Ahmed, and a large gathering of party workers and supporters.
1
4
1
36
2,571
Smt. @sayani06 with Katigorah candidate Fazlur Rahman Laskar, alongside Smt. @SushmitaDevAITC.
19
1,164
North Karimganj witnesses a high-energy public meeting with candidate Parimal Ranjan Roy, alongside Smt. @sayani06 and Smt. @SushmitaDevAITC.
22
830
People of South Karimganj turn out in huge numbers. A powerful public meeting for @AITC4Assam candidate Aziz Ahmed Khan (Ranu Khan), with Smt. @sayani06 and Smt. @SushmitaDevAITC.
4
38
756
Massive turnout. Unmatched energy. Unstoppable support for @AITC4Assam candidate Aziz Ahmed Khan (Ranu Khan), in the presence of Smt. @sayani06 and Smt. @SushmitaDevAITC.
6
43
649