Bitupan kashyap (@Assameseboy3) header
Bitupan kashyap (@Assameseboy3) profile picture

স্বাভিমানী অসমীয়া

Assam, India
Joined May 2020
Photo by Bitupan kashyap (@Assameseboy3)Photo by Bitupan kashyap (@Assameseboy3)Photo by Bitupan kashyap (@Assameseboy3)Photo by Bitupan kashyap (@Assameseboy3)Photo by Bitupan kashyap (@Assameseboy3)Photo by Bitupan kashyap (@Assameseboy3)Photo by Bitupan kashyap (@Assameseboy3)Photo by Bitupan kashyap (@Assameseboy3)Photo by Bitupan kashyap (@Assameseboy3)Photo by Bitupan kashyap (@Assameseboy3)
Exclusive rapid fire with @LovlinaBorgohai @assamtribuneoff
#ATExclusive: Olympic bronze medallist @LovlinaBorgohai gets candid with The Assam Tribune. Can gutsy Lovlina survive the rapid fire round? Let's find out. #TheAssamTribune
1
2
16
My years of hard work has finally paid off. It was my dream to have an Olympic Medal and finally I can cherish that moment. My next goal would be to change the colour of the medal at 2024 Olympics. I'm dedicating this medal to the entire nation, who have been rooting for me.
1,242
8,926
312
98,968
There are very serious allegations of of large scale anomalies in the @ugc_india #IshanUdayScholarship2021. If true, the scam could run in several crores and deprive deserving #NorthEastStudents of benefits and opportunities. Urging the @PMOIndia and @EduMinOfIndia to take note.
2
আপোচহীন জাতীয়তাবাদী নেতা তথা অসম জাতীয় পৰিষদৰ সন্মানীয় সাধাৰণ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়া সোনকালে সুস্থ হৈ আহক , ভগৱানৰ ওচৰত এইয়া য়েই প্ৰাৰ্থনা ॥ @jbhuyan65
"অসম জাতীয় পৰিষদ"ৰ সন্মানীয় সাধাৰণ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়াই যোৱা পৰহি এক ষ্ট্ৰোকত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৷ তেখেতৰ বৰ্তমানো চিকিৎসা চলি আছে আৰু আমি আশাবাদী তেখেত সোনকালে সুস্থ হৈ আমাৰ মাজলৈ নতুন উদ্যমেৰে ঘূৰি আহিব ৷ 1/2
6
"চিফুঙৰ সুৰে সুৰে ই গাঁও ,সি গাঁও ,সাতো গাঁও ৰজন্‌জনাই যাবহি। কমৰেড ৰাভা আজি গধূলি আহিব উভতি ।" হীৰুদা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিৱসত সেই মহান কলাকাৰজনলৈ সশ্রদ্ধ প্ৰণিপাত নিবেদিছোঁ।
5
1
48
Bitupan kashyap retweeted
স্বাভিমানী বাবে ডা: সেনাপতিয়ে আজমলে দিয়া টকা ঘূৰাই দিলে এতিয়া চৰকাৰক স্বাভিমানী হৈ আজমলে দিয়া টকা ঘূৰাই দিবলৈ অনুৰোধ জনালোঁ নহলে ভক্তগণে কত মুখ লুকুৱাব
উডালি CCC ৰ আক্ৰমণকাৰীৰ নাম উল্লেখ কৰিবলৈ ভয় কৰা @JatiyaParishad ৰ সভাপতি @lurinjtgogoi - প্ৰকৃত স্বাভিমানী অসমীয়া কি সেইটো ডা:সেনাপতিৰ পৰিয়ালৰ পৰা শিকক। মুখেৰে ডাঙৰ ডাঙৰ লেকচাৰ মাৰিলেই স্বাভিমানী অসমীয়া হৈ নাযায়। কিয় হাৰিলে শিকক। @jbhuyan65 @adipphukan
4
5
1
47
ৰাইজে নিশ্চয় এদিন অনুভৱ কৰিব আৰু বাচি ল'ব আপোনাক জয় আই অসম @jbhuyan65
This Post is from a suspended account. Learn more
4
অসমবাসী জনতাক কুঠাৰাঘাত কৰি আজি বিজেপিয়েই হৈ উঠিল বৃহৎ নদীবান্ধৰ প্ৰধান সমৰ্থক। জনতাৰ স্বাৰ্থৰ বিপৰীতে সুযোগ বুজি স্থিতি সলোৱা বিজেপিক প্ৰত্যাখ্যান কৰিবলৈ সাজু হোৱা জনতাৰ এটাই কথা ২০২১ ত আঞ্চলিকতাবাদৰ চৰকাৰ। #Lurinfor2021 #বিজেপিয়ে_দিলে_বহু_হতাশা #জাতীয়_পৰিষদ_শেষ_ভৰষা
2
6
60
Bitupan kashyap retweeted
চৰকাৰক দলীয় ক্ষমতা অক্ষুণ্ণ ৰখাৰ আহিলা হিচাপে ব্যবহাৰ কৰি কেৱল মাত্ৰ হিতাধিকাৰী সৃষ্টিৰ দৌৰত নামি পৰা ৰাজ্য চৰকাৰখনৰ বাবে বিনাকাৰণত ঋণী হৈছে অসমবাসী৷ অসমবাসীক জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি কথা দি বাংলাদেশীৰ ওচৰত আঠু লোৱা বিজেপি চৰকাৰ খন সকলো দিশতে ব্যৰ্থ ৷
1
3
1
17
ক্ষমতাৰ ৰাগিত মত্ত জাতিৰ প্ৰতাৰক সকললৈ অম্বিকাগিৰীৰ কলমেৰে তাহানিতে নিগৰিছিল তীক্ষ্ণ বাক্য। এই ক্ষোভ এতিয়াও প্ৰাসংগিক । #AJPforAssam #2021AssamElection #AssamFirst #JatiyaParishad #LurinFor2021
2
14
64
Bitupan kashyap retweeted
আমাক আদৰণি জনোৱা সাধাৰণ ৰাইজৰ মৰম আৰু আৰ্শীবাদে অসম জাতীয় পৰিষদৰ আদৰ্শ আৰু চিন্তাৰ প্ৰতি অসমৰ জনতাৰ অকুণ্ঠ সমৰ্থনৰ স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে আৰু আমাকো এই সংগ্ৰামত আৰু অধিক শক্তিশালীভাৱে আত্মনিয়োগ কৰাৰ বাবে অনুপ্ৰেৰণা যোগাইছে। অসম প্ৰথম : সদায় আৰু চিৰদিন জয় আই অসম 2/2
2
5
62
Bitupan kashyap retweeted
থলুৱা খিলঞ্জীয়াক উচ্ছেদ কৰি পুনঃসংস্থাপনৰ ব্যৱস্থা নকৰাটো আইন বিৰূদ্ধ আৰু অমানৱীয়।খিলঞ্জীয়া বিৰোধী এই সিদ্ধান্ত চৰকাৰে ততকালেই প্ৰত্যাহাৰ কৰক। || অসম প্ৰথম : সদায় আৰু চিৰদিন || || জয় আই অসম || 4/4
2
5
69
Bitupan kashyap retweeted
The continuous incarceration of #AkhilGogoi in spite of an unanimous public opinion, demanding his release, reflects the #fascist mentality of this govt. Its time the #AssamGovt wakes up and realises that subjugation of anti-CAA voices won't work. #ReleaseAkhilGogoi @RaijorDal
47
49
8
294
অখিল গগৈক প্ৰায় ৪০০ দিন জেইলৰ ভিতৰত সুমুৱাই ৰাখি চৰকাৰে প্ৰতিপন্ন কৰিছে নিজৰ ফেচিষ্ট, আক্ৰোশী, প্ৰতিশোধপৰায়ণ চৰিত্ৰ। অখিল গগৈৰ বিনা চৰ্তে অতি শীঘ্ৰে মুক্তি আমি অসম জাতীয় পৰিষদে দাবী কৰোঁ। #AssamFirst #FacistBJP #Releaseakhilgogoi #JatiyaParishad
11
26
5
178
তুষ্টিকৰণ নহয় আমাৰ লক্ষ্য সৱলীকৰণ @JatiyaParishad @lurinjtgogoi @jbhuyan65 @pinak_kaushik
অসমৰ গ্ৰাম্য অৰ্থনীতি সৱলীকৰণৰ দ্বাৰা জাতীয় অৰ্থনীতি গঢ়াৰ লগতে সামাজিক,ৰাজনৈতিক,শৈক্ষিক, সাংস্কৃতিক,জনগোষ্ঠীয় আৰু ভূমি সমস্যাৰ বিজ্ঞানসন্মত আৰু বাস্তৱসন্মত সমাধানৰ বাবে আপোনালোকৰ পৰামৰ্শ কামনা কৰিলো। আপোনালোকৰ পৰামৰ্শ আমাৰ ভৱিষ্যত দৰ্শনৰ আধাৰ হ'ব। https://xitter.gq/t.co/dosTfLZQjN
1
9
২০২০ চনৰ ৭ ডিচেম্বৰৰ পৰা অসম-পশ্চিমবংগ সীমান্ত ধুবুৰী জিলাৰ ছাগলীয়াৰ পৰা অসম-অৰুণাচল সীমান্ত শদিয়ালৈ খোজ কাঢ়ি হতাশা আৰু মাদক দ্ৰব্য, নিচাসক্ত দ্ৰব্যৰ বিৰুদ্ধে খনীন ৰয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এক অভিযানত নামিছিল। খনীন ৰয়ক অসম জাতীয় পৰিষদৰ তৰফৰ পৰা থাকিল আন্তৰিক অভিনন্দন।
5
7
75
পুনৰ উন্মোচিত হ'ল দেশৰ পক্ষত অসমৰ পক্ষত থকা বুলি জাহিৰ কৰা চৰকাৰৰ প্ৰকৃত স্বৰূপ। কৰিমগঞ্জত উদ্ধাৰ ভাৰত বাংলাদেশ সংযোগী ২০০ মিটাৰ দীঘল গুপ্ত সুৰংগ। #FakeBJPFakePromises #AssamFirst #Lurinfor2021 #JatiyaParishad
1
12
1
62
"ধিং এক্সপ্ৰেছ" খ্যাত অসম কন্যা হিমা দাস জাপানৰ টকিঅ'ত অনুষ্ঠিত হ'বলগীয়া ২০২১ চনৰ অলিম্পিকত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হৈছে ৷ "অসম জাতীয় পৰিষদ"ৰ তৰফৰ পৰা তেখেতলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো ৷ #HimaDas #TokyoOlympics2021 #AssamFirst #Lurinfor2021
1
10
4
85