ঘেন্টা! সিহঁতে মোক হাঁহে, কাৰণ মই সিহঁতৰ নিচিনা নহওঁ... আৰু মই সিহঁতক হাঁহো, কাৰণ সিহঁত গোটেইমখাই একেটাই গুবৰুৱা পোক কে**। #FunnyPeople
মা কচম! দুনিয়া আজ কাহাঁ চে কাহাঁ পাই গয়া... আৰু আমাৰ এইফালে মানুহবোৰ বলিউডৰ চিনেমা এখন চাই ৰাম ভক্তিত গদ গদাই আছে কে**। #FunnyPeople
15
254
আবে চন, ষ্টুডিঅ'ত বহি চিঞৰ-বাখৰ কৰাটোৱেই যদি সাংবাদিকতা হয়, তেন্তে ৰাস্তাত টিঘিলঘিলাই ফুৰা প্ৰতিটো ফাপৰে খোৱা কুকুৰও একো-একোজন সাংবাদিক হয় কে**। #জহনীত_যোৱা_সংবাদ_মাধ্যম
2
15
456
এটা জঘন্য হত্যাকাৰীক আৰক্ষীয়ে এনকাউন্টাৰ কৰি হত্যা কৰিলে আৰু মানুহবোৰ বন্য উল্লাসত ফাটি পৰিছে... এৰা! এয়াই আমাৰ দেশৰ ন্যায় ব্যৱস্থা। #FunnyPeople
কিন্তু কেৱল লাইক এটা মাৰি সামৰি থৈ দিওঁ, নিজৰ কমেন্ট বা মন্তব্য এটা দিবলৈ মাথাত এতিয়া কেৱল বালি, চিমেন্ট, ৰড, টাইলছ আৰু বাকী অন্যান্য সামগ্ৰীৰ দাম আৰু মিস্ত্ৰীৰ খৰচৰ চিন্তা।
বিঃদ্ৰঃ - মিত্ৰৌঁ, মনোৰঞ্জন ম্যে কৌই কমি নেহী হৌনী চাহিয়ে। #InternetIsAlwaysFullOfFUN
৪/৪
1
37
মা কচম! মালিকহঁতক শলঠেকত পৰা দেখি পগলা কুকুৰটো হৈ গৈছে কে**। #জহনীত_যোৱা_নিউজ_চেনেল
3
12
754
প্ৰতিবাদ কৰাটো জনতাৰ সাংবিধানিক অধিকাৰ আৰু প্ৰতিবাদ কৰিবলৈ দিয়াটো চৰকাৰৰ সাংবিধানিক দায়িত্ব। যদি কোনো চৰকাৰে জনতাৰ প্ৰতিবাদত ব্যাঘাত জন্মায়, তেন্তে সেই চৰকাৰৰ শাসনৰ গাদীত বহি থকাৰ কোনো অধিকাৰ নাই। #সুস্থ_গণতন্ত্ৰ
কিবা এটা নিৰ্দেশনাৰ কথা শুনিছিলোঁ যে ভুক্তভোগী অথবা হত্যাৰ বলি হোৱা মহিলাৰ নাম, ঠিকনা, চেহেৰা আৰু পৰিয়ালৰ পৰিচয় ৰাজহুৱাকৈ প্ৰকাশ কৰিব নোৱাৰিব... আৰু এইফালে... বাদ দিয়াহে কে**। #জহনীত_যোৱা_সংবাদ_মাধ্যম
16
490

