Chitrabon E-Magazime (@ChitrabonEmaga) header
Chitrabon E-Magazime (@ChitrabonEmaga) profile picture

‘‘চিত্ৰবন (তোৰে মোৰে আলোকৰে যাত্ৰা)”

Guwahati
Joined May 2023
Photo by Chitrabon E-Magazime (@ChitrabonEmaga)Photo by Chitrabon E-Magazime (@ChitrabonEmaga)Photo by Chitrabon E-Magazime (@ChitrabonEmaga)Photo by Chitrabon E-Magazime (@ChitrabonEmaga)Photo by Chitrabon E-Magazime (@ChitrabonEmaga)Photo by Chitrabon E-Magazime (@ChitrabonEmaga)Photo by Chitrabon E-Magazime (@ChitrabonEmaga)Photo by Chitrabon E-Magazime (@ChitrabonEmaga)Photo by Chitrabon E-Magazime (@ChitrabonEmaga)Photo by Chitrabon E-Magazime (@ChitrabonEmaga)
৩০ হাজাৰ গানেও কিয় নাটানিলে "পদ্মশ্ৰী" ৰ কৃতিত্ব? অৰিজিৎ সিং যদি যোগ্য? জুবিন কিয় অযোগ্য? instagram.com/chitrabonemaga… #chitrabonemagazine #chitrabon #padmashri #zubeengarg #arijitsingh #award
1
159
"কাজল কলা চকুত তলত তোমাৰ মোৰ হেঁপাহে গা ধোৱে এশবাৰ" গীতটোৰ কলিভাগক বুজাবলৈ আপোনালোকক আৰু বেলেগ উদাহৰণ লাগিব নেকি? কুম্ভমেলাত মালা বেচিবলৈ আহিয়েই জনপ্ৰিয় হোৱা মনালিছাক কোন জন বলীউড অভিনেতাৰ সৈতে আপোনালোকে চাবলৈ বিচাৰিব? #chitrabonemagazine #chitrabon #kumbhamela
1
59
বুকুৰ মাজত নীৰৱতাই কোঠা বনাব পৰাকৈ… পাপনৰ "Room Khali Hain"- instagram.com/reel/DFKU4Nvq6… Papon @paponmusic
1
6
308
দিগন্ত ভাৰতী আৰু জুবিন গাৰ্গৰ কণ্ঠ… ছবিঃ দাগ, শুভমুক্তি- ১ ফেব্ৰুৱাৰী, ২০০১ instagram.com/reel/DFKIc0LNF… #chitrabonemagazine #chitrabon #daag #digantabhagawati #zubeengarg #tapandas
1
31
"বাজীৰাও মষ্টানীৰ" ৰ পৰা আৰম্ভ কৰি "কল্কি" লৈকে শব্দযন্ত্ৰী হিচাবে নিজৰ সবল কৰ্মৰাজিৰে দৰ্শকক আপ্লুত কৰা অসমৰ কিংশোক মৰাণলৈ ওপজা দিনৰ আন্তৰিক শুভকামনা…
1
27
অসমৰ কাষ্টিং এজেঞ্চী "Strides"ৰ সফলতা… "ইমাৰজেঞ্চী"ত অসমৰ যুৱপ্ৰতিভাৰ সমাহাৰ instagram.com/chitrabonemaga… #chitrabonemagazine #chitrabon #stride #castingagency #emergency #assamartist
1
82
মূকাভিনয়ৰ জৰিয়তে পুনৰ বাৰ উজ্বলিছে মিনাংক ডেকা অসমৰ যুৱ প্ৰতিভা মিনাংক ডেকাই লাভ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ফেল'শ্বিপ। মিনাংক ডেকালৈ "চিত্ৰবন" ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। #chitrabonemagazine #chitrabon #minankadeka #mimeact
1
23
এইবাৰ আহিব অসমীয়া ৱেব ফিল্মো- ঋতুৰাজ দত্তৰ পৰিকল্পনাৰে ১২ ফেব্ৰুৱাৰীত "Feelings"- instagram.com/p/DFHxxZvTuz4/… #chitrabonemagazine #chitrabon #feelings #rhiturongmultimedia #webfilm
1
18
অৰ্কিড ৰোপণেৰে "গুৰু" সন্মান ৰবি শৰ্মাৰ ভাইমন দাই অসমবাসীক "ৰবি শৰ্মা"ৰ উপহাৰ দিছিল- instagram.com/p/DFF8gZTThb4/… #chitrabonemegazine #chitrabon #ravisarma #bhaimonda
1
66
"হিয়া দিয়া নিয়া" ৰ ৰূপালী জয়ন্তী ২৫ বছৰীয়া "হিয়া দিয়া নিয়া" ক উদযাপন কৰিছে অভিনেতা যতীন বৰাই। ভাইমন দাৰ "মাষ্টাৰপিছ" এই ছবিখনৰ অন্যতম শ্ৰেষ্ঠ গীত আছিল "মিঠা মিঠা আজি সপোনৰে" instagram.com/reel/DFC-uvDNu… #chitrabonemagazine #chitrabon #HiyaDiyaNiya #silverjubilee #jatinbora
1
23
এখন অসমীয়া আৰু আনখন হিন্দী… একেটা দিনত মুক্তি পোৱা দুখন ছবিতেই অসমৰ বনদীপ শৰ্মা- instagram.com/chitrabonemaga… #chitrabonemagazine #chitrabon #bandeepsarma #assamesefilm #hindifilm #gulaisur #emergency
1
57
মানুহৰ প্ৰয়োজনীয়তা উপলব্ধি কৰা এ পি।এছৰ গুণগুণ পাৰ্থ প্ৰতীম শৰ্মাৰ কণ্ঠও সুমধুৰ… instagram.com/reel/DFCsNXSge… #chitrabonemagazine #chitrabon #parthapratimbaruah #ips #singing
2
16
ব্ৰহ্মপুত্ৰ কাৰ্ণিভেল ৰঙীণ হৈ পৰিল নীলোৎপলৰ গীতেৰে… নিজ সুৰ আৰু সুৱদী কণ্ঠৰে নিশা সজালে নীলোৎপলে #chitrabonemagazine #chitrabon #brahmaputracarnival #nilutpolbora #concert
1
24
স্বনামধন্য কেশৱ মহন্তলৈ শ্ৰদ্ধাঞ্জলি- অসমীয়া কবিতাক আধুনিকতাৰ যথাৰ্থ ৰূপ প্ৰদান কৰাৰ ক্ষেত্ৰত যিসকল কবিৰ অৱদান অনস্বীকাৰ্য, সেইসকলৰ ভিতৰত কেশৱ মহন্ত দেৱৰ নাম অন্যতম। আজি এইগৰাকী স্বনামধন্য ব্যক্তিক জন্মবাৰ্ষিকীত "চিত্ৰবন" ৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ।
1
16
"Coldplay" ৰ সৈতে প্ৰথম নিশাত মুম্বাই মহানগৰী… নৱী মুম্বাইত অনুষ্ঠিত হোৱা "Coldplay" ৰ প্ৰথম দিনাৰ অনুষ্ঠানৰ কিয়দংশ… @chrismartin_love #chitrabonemagazine #chitrabon #Coldplay #ChrisMartin #navimumbai #concert
1
72
ৰূপান্তৰৰ সাধকক শ্ৰদ্ধাঞ্জলি… মৈত্ৰেয়ী পাটৰ-ভূপালী মজুমদাৰৰ কণ্ঠত "আমাৰে সখিয়া"- instagram.com/reel/DE-QZ8tKo… #chitrabonemegazine #chitrabon #maitreepatar #bhupalimajumder #ShilpiDivas #singing
1
11
ৰূপান্তৰৰ সাধকক শ্ৰদ্ধাঞ্জলি… মৈত্ৰেয়ী পাটৰ-ভূপালী মজুমদাৰৰ কণ্ঠত "আমাৰে সখিয়া"- instagram.com/chitrabonemaga… #chitrabonemegazine #chitrabon #maitripatar #bhupalimazumder #shilpidivassong #video #singing #assamesesong
1
11
সামাজিক মাধ্যমত চৰ্চিত শিশু গুণগুণৰ মাতেৰে ৰূপকোঁৱৰৰ গীত… instagram.com/chitrabonemaga… #chitrabonemegazine #chitrabon #gungun #socialmedia #viralvideo #shilpidivas
1
19
জাহ্নু বৰুৱা as Ken "পাতাল লৌক ২"ত আমাৰ শ্ৰদ্ধাৰ জাহ্নু বৰুৱাৰ অভিনয় ১৭ জানুৱাৰী, ২০২৫ তাৰিখে এমেজন প্ৰাইম ভিডিঅ'ত মুক্তি লাভ কৰা বহু প্ৰত্যাশিত হিন্দী ৱেব চিৰিজ "পাতাল লৌক"ৰ দ্বিতীয় সংস্কৰণত অভিনয় কৰিছে অসমৰ যশস্বী পৰিচালক জাহ্নু বৰুৱাই। #chitrabonemegazine #jahnubaruah
1
13
Chris Martin য়ে ৰাতিপুৱাই ল'লে ভোলানাথৰ আশীষ… Coldplay ৰ কনচাৰ্ট আজিৰে পৰা… জনপ্ৰিয় বিদেশী বেণ্ড "Coldplay"ৰ কনচাৰ্ট আজি অনু্ষ্ঠিত হ'ব নৱী মুম্বাইস্থিত ডি ৱাই পাটিল ষ্টেডিয়ামত। কেৱল মাত্ৰ আজি বুলিয়েই নহয় উক্ত বেণ্ডটোৱে তিনিদিনীয়া কাৰ্যসূচীৰে অনু্ষ্ঠিত কৰিব এই কনচাৰ্ট
1
1
54