Two top police officers were reported to have ended up in a fistfight in Kokrajhar, Assam, during a late-night party, with questions being raised by people about police discipline and morals.
#Assam #AssamNews #KokrajharNews #DY365
dy365live.com/assam/assam-tw…
228
Rahul Gandhi has alleged that his father, former Prime Minister Rajiv Gandhi’s security was deliberately withdrawn to facilitate his assassination, during a discussion with Sonia and Priyanka Gandhi about Sonia’s memoir.
Read details here: dy365live.com/national/rahul…
@DY365
266
#ASSAM | “From a bicycle to a Range Rover” — Zubeen Garg’s remarkable journey is now at the centre of a growing controversy in Assam.
The reported sale of his dream car has sparked questions, sharp exchanges and a debate over preserving the late singer’s legacy.
Now, four of his close friends have stepped forward to bring the iconic vehicle back to Assam and preserve it at Zubeen Kshetra.
Read the full story here: dy365live.com/assam/i-left-j…
#ZubeenGarg #RangeRover #AssamNews #ZubeenLegacy #Guwahati #DY365
1
284
আজি পৱিত্ৰ ৰাস পূৰ্ণিমা। উজনিৰ পৰা নামনিলৈ ৰাজ্যজুৰি ৰাসৰ ব্যাপক আয়োজন। মহানগৰীৰো ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে ৰাস মহোৎসৱৰ। ওদালবাক্ৰা ৰাভা জনজাতীয় যুৱ কল্যাণ পৰিষদৰ উদ্যোগত আয়োজন ৰাস। ৯ দিনীয়াকৈ আয়োজন কৰা হৈছে মৃণ্ময় মূৰ্তিৰ ৰাস। প্ৰতিটো দিনতেই থাকিব বৰ্ণাঢ্য কাৰ্যসূচী।
#rashlila #guwahati #assam #DY365
293
Ahead of the 2027 Punjab Assembly elections, the BJP and Shiromani Akali Dal have reunited after a six-year break over the Centre's farm laws.
Read details here: dy365live.com/national/bjp-a…
@DY365
304
গুৱাহাটীত একাংশই এতিয়া পথো কিনিছে সাময়িকভাৱে! মহানগৰীৰ ভিন্ন পথ-উপপথ হৈ পৰিছে যেন ব্যক্তিগত। পথ-উপপথত গৃহ নিৰ্মাণৰ সামগ্ৰী পেলাই থৈছে একাংশই। শ্ৰীনগৰত এটা উপপথ বালিৰে বন্ধ কৰিলে এক নিকৃষ্ট মানুহে। বালিৰ দমৰ বাবে যাব নোৱাৰে দুচকীয়া, চাৰিচকীয়া বাহন। GMC-এ বাৰে বাৰে নিষেধাজ্ঞা জাৰি কৰিও হোৱা নাই লাভ। একাংশ নিকৃষ্ট মানসিকতাৰ মহানাগৰিকে নামানে নিৰ্দেশ।
#guwahati #road #DY365
3
706
৩৬ ঘণ্টাত হাতী-মানুহৰ সংঘাতৰ শিহৰণকাৰী ৰূপ। উন্মত্ত বন্যহস্তীয়ে প্ৰাণ ল’লে ৩জনকৈ লোকৰ। ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তত পুৱাতেই দুজনৰ মৃত্যু। প্ৰাতঃ ভ্ৰমণলৈ যোৱা দুজন কৃষকক গচকি মাৰিলে হাতীয়ে। ওদালগুৰিৰ দুটাকৈ স্থানত পৃথকে পৃথকে দুজনৰ মৃত্যু। বন্যহস্তীৰ আক্ৰমণত নিহত খৰ্গ বাহাদুৰ ছেত্ৰী নামৰ কৃষকজন। ৬৫ বছৰীয়া খৰ্গ বাহাদুৰেও কাহিলিপুৱাতেই গৈছিল খোজ কাঢ়িবলৈ।
#wildelephants #Tangla #DY365
295
Astronaut-designate Prasanth Balakrishnan Nair has urged Ambani, Adani, Tata and Mahindra groups to join hands to develop India's private human spaceflight capabilities, similar to Elon Musk's SpaceX.
Read details here: dy365live.com/national/prasa…
@DY365
316
চাকৰিৰ নামত ধন সংগ্ৰহ, গ্ৰেপ্তাৰ অনুসূচিত জাতিৰ ছাত্ৰনেতা। অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসক গ্ৰেপ্তাৰ। বামুণীমৈদামৰ অমূল্য ৰেছিডেন্সি ফ্লেটৰ পৰা নিশা গ্ৰেপ্তাৰ দাসক। দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে সংগঠনটোৰ সভাপতিগৰাকীক। মীন বিভাগত চাকৰি দিয়াৰ নামত ১০ লাখ টকা সংগ্ৰহৰ অভিযোগ। এজন যুৱকৰ পৰা ১০ লাখ টকা লোৱাৰ অভিযোগ ৰুবুল দাসৰ বিৰুদ্ধে। ধন লৈ যুৱকজনক ৰুবুল দাসে প্ৰদান কৰিছিল ভুৱা নিযুক্তি পত্ৰ। ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত দাসৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ। ৰুবুল দাসৰ মহানগৰীৰ বাসগৃহত নিশা আৰক্ষীৰ তালাচী, জেৰা। চানমাৰি আৰক্ষীৰ সহযোগত দিছপুৰ আৰক্ষীয়ে চলাইছিল অভিযান। অভিযানত বহু আপত্তিজনক নথি আৰু চীল-মোহৰ জব্দ আৰক্ষীৰ।
#arrested #guwahati#DY365
308
#ASSAM | A major relief for the BSF as missing constable K. Venu, who went missing while chasing suspected cattle smugglers in Assam's Cachar district, has been rescued alive in Bangladesh.
The BGB rescued him from Amalshid village, and he is likely to be handed over to Indian authorities.
Read Here: dy365live.com/assam/missing-…
#Cachar #BSF #BSFJawan #Bangladesh #BGB #BarakRiver #IndiaBangladeshBorder #BorderSecurity | @BSF_India @BGB_GOV_BD
3
676
বিহপুৰীয়াৰ শ্ৰীশ্ৰী চাঙ্গিনী সত্ৰত আৰম্ভ ৰাসোত্সৱ। মিচিং ভাষাৰ সংলাপেৰে উপস্থাপন শ্ৰীকৃষ্ণৰ ৰাসলীলা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজৰিত সত্ৰখনৰ ব্যতিক্ৰমী আয়োজন। মিচিং যুৱক-যুৱতীসকলৰ সাৱলীল সংলাপেৰে নিখুত অভিনয়। শিল্পীসকলৰ সুন্দৰ অভিনয়ে আপ্লুত কৰিলে দৰ্শকক।
#krishna #raasleela #bihpuria #DY365
1
286
সোণাৰীৰ বিলাতী সু//ৰা চুৰি ঘটনাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ। শিৱসাগৰ হটিয়াপাৰৰ DPH ৱাইন শ্বপৰ মালিক ৰক্তিম ৰঞ্জন হাজৰিকাক গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ খাটোপথাৰৰ শুভম চেতিয়াক। আবকাৰী পৰিদৰ্শক মিণ্টু বৰাকো কৰায়ত্ত সোণাৰী আৰক্ষীৰ। ৩৭ লাখ টকাৰ সু//ৰা চুৰি ঘটনাৰ অন্য এজন অভিযুক্ত হৃষিকেশ বৰা বৰ্তামানেও পলাতক।
#sonari #arrested #police #DY365
1
429







